المدة الزمنية 12:11

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম - Class 10 Social Science Chapter 2 Short Question Answer

بواسطة Polakh Changmai
614 مشاهدة
0
32
تم نشره في 2023/09/02

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম - Class 10 Social Science Chapter 2 Short Question Answer 🌐 Class 10 Assamese Full Paid Course 👇 https://zpdku.courses.store/397971 Presenting Here class 10 Social Science Chapter 2 Question Answer an Assamese medium here you can find your class 10 Assam is Miriam social science sector one all question answer which Assamese explanation my dear students in this video class, you’ll find class 10 social science chapter 2 short question answer and it’s explanation. I hope you like this video class. 📜Class 10 Register Link - https://forms.gle/v1cCBrtSH7hKq4gf6 📜Class 9 Register Link: https://forms.gle/FRHYpM984TaJ6Q8eA 📜Know More: https://polakhchangmai.in/class-10-couching/ 📜Send a Message on WhatsApp: https://wa.me/message/2AAUMZ7KE5HKE1 Our Social Media Handle- 🌐Website: https://polakhchangmai.in/ 🌐Application: https://zpdku.courses.store/ 🌐Class Notes: https://polakhchangmai12.myinstamojo.com/ 📷Instagram: https://instagram.com/sonam_polakh/ Online English Couching For 9 & 10th Students | SEBA Assamese Medium | Most Watch 📣 নমস্কাৰ আপোনাক সকলোকে আমাৰ অনলাইন টিউচন একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো। বৰ্তমান সময়ত আমি ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলায় আছে তেওঁলোকক উদ্দেশ্যে আমি দশম (১০) শ্ৰেণীৰ ইংৰাজী আৰু ইংৰাজী ব্যাকৰণ বিষয়ৰ ৩ মহীয়া পাঠদানৰ ব্যৱস্থা কৰিছো Google Meet আৰু Zoom ৰ দ্বাৰা। আমি দশম শ্ৰেণীৰ ইংৰাজীৰ সম্পূৰ্ণ Syllabus আৰু লগতে ইংৰাজী ব্যাকৰণ (Grammar) যিসমূহ নেকি HSLC পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, সেই সকলোবোৰৰ ব্যৱস্থা কৰিছোঁ। আমাৰ লগত বৰ্তমানৰ লৈকে ৫০০ ছাত্ৰ ছাত্ৰীৰ যোগ হৈছে। আপুনিও যদি মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আছে বা আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য আছে যি নেকি ২০২৪ চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আছে তেওঁলোকক এই সম্পৰ্কে অৱগত কৰিবলৈ নাপাহৰিব।

الفئة

عرض المزيد

تعليقات - 3